ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলত চাৰি অসম সন্তান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 15, 2020

ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলত চাৰি অসম সন্তান

  • অসমৰ ৪জন বলাৰ ডুবাইত অনুষ্ঠিত হ’ব লগা আই পি এলৰ ৰাজস্থান ৰয়েলছৰ হৈ নেটত বলিং কৰিবলৈ সুবিধা লাভ কৰিছে৷ 
  • আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে উভতি আহিব খেলুৱৈকেইজন৷
  • খেলুৱৈ কেইজন হৈছে জিতুমণি কলিতা,মৃণ্ময় দত্ত,মুক্তাৰ হুছেইন, আৰু ৰাহুল সিং৷ 
  • আটাইকেইগৰাকী খেলুৱৈয়ে ১৭ আগষ্টত ইউ এ ই অভিমুখে ৰাওনা হ’ব।
  • মহামাৰীৰ বাবে এইবাৰ ইউ এ ইত হ’ব আই পি এলৰ তৃতীয় সংস্কৰণ৷ 
  • অহা ১৯ ছেপ্টম্বৰৰ পৰা ১০ নবেম্বৰলৈ ইউনাইটেড আৰৱ এমিৰেটছৰ চমুকৈ ইউ এ ইৰ ক্ৰমে শ্বাৰজাহ আৰু আবু ধাবিত অনুষ্ঠিত হ’ব খেলখন৷

No comments:

Post a Comment

SPONSORED