অসম সংঘ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা নিম্ন উল্লেখিত বিষয়সমূহৰ পাঠ্যক্ৰমত ব'র্ডৰ অৰ্থ-সাহায্যৰে (প্রতিটো পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৯০% চৰকাৰী অনুদান আৰু ১০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব) অধিসূচীত ধর্মীয় সংখ্যালঘু ছাত্র-ছাত্রীৰ বাবে শিক্ষা গ্রহণৰ ব্যৱস্থা কৰা হৈছে।
ইচ্ছুক ছাত্র-ছাত্রীয়ে অহা ৯/৭/২০১৮ তাৰিখৰ ভিতৰত অসম সংখ্যালঘু উন্নয়ন ব'র্ডৰ কাৰ্যালয়ত শিক্ষাৰ প্ৰমাণপত্ৰ আৰু নম্বৰ তালিকাৰ লগতে যাৱতীয় নথি-পত্ৰসমূহৰ ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্রত্যায়িত প্রতিলিপি জমা দি নিম্নেলিখিত আৰ্হিৰ আবেদন পত্ৰৰ যােগেদি আবেদন কৰিব পাৰিব।
ক্রমিক নং
|
নাম পাঠ্যক্ৰমৰ
|
শিক্ষাগত অৰ্হতা
|
বয়স
|
১
|
এ.এন.এম
|
উচ্চতৰ মাধ্যমিক (১০+২)
যিকোনো শাখাত নিম্নতম ৪০%
|
১৭-৩০ বছৰ
|
২
|
জি,এন,এম
|
উচ্চতৰ মাধ্যমিকৰ(১০+২)
যিকোনো শাখাত নিম্নতম ৪০%
(বিজ্ঞান শাখাক অগ্রাধিকাৰ দিয়া হ'ব)
|
১৭-৩০ বছৰ
|
৩
|
বি.এছ চি
(নার্চিং)
|
উচ্চতৰ মাধ্যমিক (১০+২) বিজ্ঞান শাখাত
(পি.চি.বিৰ সৈতে) নিম্নতম ৫০%
|
১৭-২৪ বছৰ
|
৪
|
ডি.ফার্ম আৰু
বি.ফার্ম
|
উচ্চতৰ মাধ্যমিকৰ (১০+২) বিজ্ঞান শাখাত
(পি.চি.বি./ পি.চি.এমৰ সৈতে) নিম্নতম ৪৫%
ডি.ফার্মৰ বাবে। নিম্নতম ৫০% বি.ফার্মৰ বাবে
|
১৭-২৪ বছৰ
|
৫
|
ডি.এম.এল.টি
আৰু বি.এম.এল.টি
|
উচ্চতৰ মাধ্যমিক (১০+২) বিজ্ঞান শাখাত
(পি.চি.বি.ৰ সৈতে) নিম্নত ৪৫%
|
১৭-২৪ বছৰ
|
৬
|
ডি.পি.টি
আৰু বি.পি.টি
|
উচ্চতৰ মাধ্যমিকৰ (১০+২) বিজ্ঞান শাখাত
(পি.চি.বিৰ সৈতে) নিম্নতম ৪৫%
|
১৭-২৪ বছৰ
|
৭
|
আই.চি.ইউ/ ও.টি
ডাইলাইচিচ টেকনিচিয়ান
|
উচ্চতৰ মাধ্যমিকৰ (১০+২) বিজ্ঞান শখাত
(পি.চি.বি.ৰ সৈতে) নিম্নতম ৪৫%
|
১৭-২৪ বছৰ
|
যিসকলে ইতিমধ্যে অসম সংখ্যালঘু উন্নয়ন ব'র্ডৰ তৰফৰ দ্বাৰা বিভিন্ন পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিছে বা অধ্যয়ন কৰি আছে তেওঁলােকে আবেদন কৰিব নােৱাৰিব।
সবিশেষ জানিবৰ বাবে তলৰ ফোন নম্বৰত যোগাযােগ কৰিব পাৰিব৷
(পুৱা ১১ বজাৰ পৰা আবেলি ২বজালৈ।
ফোন নং- ৯৮৫৯৩৯০৬৩৫
N.B.: The above Training programmes are going to be held subject to sanction & release of F.০.c. by the Govt. of Assam,
স্বাক্ষন-
সঞ্চালক, অসম সংখ্যালঘু উন্নয়ন বর্ড,
ৰাধা গােবিন্দ বৰুৱা পথ, গণেশগুৰি, গুৱাহাটী-৬
No comments:
Post a Comment