ওদালগুৰি : ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী জলাহ গাঁৱৰ শিৱ মন্দিৰৰ কাষত আজি পুৱা এডাল অজগৰ সাপ উদ্ধাৰ কৰি ৰাইজে বন বিভাগক চমজাই দিয়ে ৷ ভূটান পাহাৰৰ পৰা খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ অহা কুলশী নৈৰে উটি অহা বুলি সন্দেহ কৰা প্ৰায় ৫ ফুট দীঘল আৰু ১২ কিল’গ্ৰাম ওজনৰ অজগৰডাল গাঁওখনৰ কেইবাজনো প্ৰকৃতিপ্ৰেমী ৰাইজে অক্ষত অৱস্থাৰে উদ্ধাৰ কৰি পাছত বন বিভাগৰ লোকক চমজাই দিয়ে৷ বন বিভাগৰ লোকে পাছত অজগৰডাল খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে৷
Responsive Ads Here
Friday, September 28, 2018

টংলাত নৈত উটি অহা অজগৰ উদ্ধাৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment