যিমানেই মুখ ঢাকক কেমেৰাৰ সন্মুখত আহিলেই চিনাক্ত হ’ব অপৰাধী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, December 21, 2018

যিমানেই মুখ ঢাকক কেমেৰাৰ সন্মুখত আহিলেই চিনাক্ত হ’ব অপৰাধী


বেইজিংঃ অপৰাধ সংঘটিত কৰি কেমেৰাত ধৰা নপৰিবলৈ মানুহে সাধাৰণতে কাপোৰেৰে মুখ ঢাকি লয় অথবা বান্দৰ টুপী পৰিধান কৰে নহ’লে হয়তো বিভিন্ন মুখা পৰিধান কৰে৷ কিন্তু এতিয়াৰপৰা কোনো অপৰাধীয়েই অপৰাধ সংঘটিত কৰি লুকুৱাব নোৱাৰিব মুখ। 
কেমেৰাৰ সন্মুখত কাপোৰ বা হাতেৰে মুখ ঢাকি গোপন কৰিব নোৱাৰিব আত্ম পৰিচয়। কেমেৰাত ধৰা পৰাৰ পাছত অপৰাধীজনৰ মনস্তত্ত্ব, পৰিচয়, ঘৰৰ ঠিকনা সকলোবোৰ জানিবৰ বাবে সাজু কৰি উলিওৱা হৈছে এটা অত্যাধুনিক ছফটৱেৰ।মানুহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ 'ওয়াটিক্স' নামৰ চীনা সংস্থা এটাই এই প্ৰসংশনীয় পদক্ষেপ হাতত লৈছে৷

SPONSORED