আমেৰিকাত জিলিকিল অসমৰ সন্তান মৰিয়ম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 26, 2019

আমেৰিকাত জিলিকিল অসমৰ সন্তান মৰিয়ম

নতুন দিল্লী : আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বিশ্বৰ সকলো দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি সগৌৰৱে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় অসম আইৰ সুযোগ্য সন্তান তথা বৰাক উপত্যকাৰ গৌৰৱ মৰিয়ম ছিদ্দিকী।


মৰিয়ম ছিদ্দিকী দিল্লীস্থিত জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ অধ্যয়ণৰত ছাত্ৰী। মৰিয়ম ছিদ্দিকীৰ এই সাফল্যত সমগ্ৰ অসমৰ লগতে বৰাক উপত্যকাত আনন্দৰ জোৱাৰ উঠিছে। অসমৰ প্ৰায় সংখ্যক দল-সংগঠনে মৰিয়মলৈ অভিনন্দন ও শুভেচ্ছা জনাইছে।

SPONSORED