ৰাজ্যজুৰি উদযাপন শিল্পী দিৱস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 18, 2020

ৰাজ্যজুৰি উদযাপন শিল্পী দিৱস




• ৰাজ্যজুৰি উদযাপন শিল্পী দিৱস
• গীতে-মাতে সুন্দৰৰ পূজাৰীক একাজলি শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ।
• দৰঙৰ বালিকুছিত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা শিল্পী দিৱস৷
• তেজপুৰৰ ৰূপকোৱৰৰ কৰ্মসাধনাস্থলী জ্যোতিভাৰতীত গীতে মাতে স্মৰণ কৰে প্ৰাণৰ শিল্পী গৰাকীক৷
• বৰপেটা জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু হাদিৰাচকী শাখা সাহিত্য সন্মিলনীৰ সহযোগত সোণাবাৰী হাইস্কুলত উদযাপন কৰা হয় শিল্পী দিৱস৷ অনুষ্ঠানত নিৰক্ষৰ কবি হাবেল উদ্দিনক " শিল্পী সম্বৰ্ধনা বঁটা - ২০২০ " প্ৰদান কৰা হয়৷
• অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ জ্্যোতি চিত্ৰবনত চৰকাৰীভাৱে আয়োজন কৰা হয় শিল্পী দিৱস৷ শিল্পী গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক ২০২০ বৰ্ষৰ শিল্পী বঁটা প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
• অন্যহাতে শিল্পী দিৱসৰ দিনাই 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালসহ কাৰাৰুদ্ধ সকলো নেতাৰ মুক্তিৰ দাবীত ধুবুৰীৰ চাপৰত গণ গর্জন কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷

No comments:

Post a Comment

SPONSORED