বিজেপিৰ বি টীম ‘অসম গণ মঞ্চ’ : শৃংখল চলিহা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 25, 2020

বিজেপিৰ বি টীম ‘অসম গণ মঞ্চ’ : শৃংখল চলিহা

নগাও :  বিজেপিৰ বি টীম ‘অসম গণ মঞ্চ’- নগাঁৱত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে শৃংখল চলিহাৰ এই গুৰুতৰ অভিযোগ।নগাঁৱত গঠন হোৱা ‘অসম গণ মঞ্চ’ নামৰ ৰাজনৈতিক দলটোক এইবাৰ বিজেপিৰ বি টীম আখ্যা দিছে শৃংখল চলিহাই।



চলিহাই লগতে উল্লেখ কৰে যে, নাগৰিকত্ব সংশোধন আইন বিৰোধী ভোট বিভাজনৰ বাবেই বিজেপি দলে আৰম্ভ কৰিছে এই নিকৃষ্ট ৰাজনীতি।নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ ৰাজ্যত গঠন হ’ল এক নতুন আঞ্চলিক ৰাজনৈতিক দল।গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ নাটক বুলিও দাবী কৰিলে শৃংখল চলিহাই।

No comments:

Post a Comment

SPONSORED