বৰপেটাৰ বেতবাৰীত এদিনীয়া ভলীবল খেল সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 7, 2020

বৰপেটাৰ বেতবাৰীত এদিনীয়া ভলীবল খেল সম্পন্ন

বৰপেটা : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ বেতবাৰী আঞ্চলিক আজাদ ফাউন্ডেশ্বনৰ উদ্যোগত ৫ জানুৱাৰীত প্রথম বাৰ্ষিক ভলীবল খেল অনুষ্ঠিত হৈ যায়। 


উক্ত খেলত উপস্থিত থাকে আমছুৰ কেন্দ্রীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামান, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া (অসম)ৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম, HDFC বেংকৰ সহঃ প্ৰৱন্ধক শ্বৰিফুল খান, যুৱ মৰ্চাৰ কাৰ্য্যকৰী সভাপতি আমজাদ আলী, ভেলোছিটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গোলাপ হুছেইন, আজাদ ফাউণ্ডেশ্বনৰ কেন্দ্রীয় সভাপতি জাহিদ হুছেইনৰ লগতে বেতবাৰী অঞ্চলৰ গন্য মান্য বিশিষ্ট ব্যক্তি সকলে খেল অনুষ্ঠানত উপস্থিত থাকি খেল খন চলাই নিয়াত সহায় সহযোগিতা আগবঢ়ায়।

No comments:

Post a Comment

SPONSORED