চেন্নাই : প্রখ্যাত অভিনেতা কামাল হাছান অভিনীত ‘ইণ্ডিয়ান–২’ নামৰ ছবিৰ শ্বুটিঙৰ সময়ত কালি সন্ধিয়া ক্রেন ভাগি এজন সহঃ পৰিচালকসহ তিনিজন লোকৰ মৃত্যু হয়৷
চেন্নাইৰ ই ভি পি ফিল্ম চিটীত চলি থকা এছ শংকৰৰ বিগ বাজেটৰ ছবি ‘ইণ্ডিয়ান–২’ৰ শ্বুটিঙৰ সময়তে ১৫০ ফুট উচ্চতাৰ ক্রেন ভাগি পৰে৷ ফলত সহঃ পৰিচালক কৃষ্ণ আৰু দুজন কর্মীৰ মৃত্যু হয়৷ ঘটনাটোত পৰিচালক শংকৰসহ ১০জন লোক আঘাতপ্রাপ্ত হয়৷ ছবিখনত কামাল হাছানৰ উপৰি কাজল আগৰৱাল, ৰাকুল প্রীত আৰু সিদ্ধার্থ অন্যতম ভূমিকাত আছে৷
No comments:
Post a Comment