গুৱাহাটী : বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰত বিহু নৃত্য প্ৰদৰ্শন কৰিছিল অভিনেত্ৰী আইমী বৰুৱাই। কিন্তু ইয়াকে ছচিয়েল মিডিয়াত সমালোচনা একাংশ লোকৰ। একাংশৰ মতে, মন্ত্ৰী পত্নী হোৱা বাবেই ফিল্মফেয়াৰৰ মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুবিধা লাভ কৰিলে আইমী বৰুৱাই।
আনহাতে,বহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক থিয় দিছে আইমীৰ পক্ষত। একাংশ লোকে সমালোচনাত বাদে আন একো নাজানে বুলিও ছচিয়েল মিডিয়াত পোষ্ট কৰিছে একাংশই।
No comments:
Post a Comment