ফাঁচি দিয়াৰ বিনিময়ত কিমান টকা পালে পৱন জল্লাদে ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, March 20, 2020

ফাঁচি দিয়াৰ বিনিময়ত কিমান টকা পালে পৱন জল্লাদে ?

নতুন দিল্লী : অৱশেষত তিহাৰ জে’লত মুকেশ সিং,পৱন গুপ্তা,বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক ওলমোৱা হ’ল ফাঁচিকাঠত।নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ফাঁচি দিয়াৰ বাবে মেৰঠ জে’লৰ পৰা অনা হৈছিল পৱন জল্লাদক।

আজি পুৱা পৱন জল্লাদে ফাঁচিকাঠত ওলমালে চাৰিওজন দোষীক।চাৰিজন দোষীক ফাঁচিকাঠত ওলমোৱাৰ বিনিময়ত পৱন জল্লাদে লাভ কৰিব ৬০ হাজাৰ টকা।এজন দোষীক ফাঁচিৰ বিনিময়ত পৱন জল্লাদে লাভ কৰিব ১৫ হাজাৰকৈ টকা।

No comments:

Post a Comment

SPONSORED