গুৱাহাটী : এতিয়া দেশত কৰ'নাৰ আতংক।আতংকই মানুহৰ মাজত মানসিক অৱসাদৰ ৰূপ লৈছে।বুধবাৰে ছফদৰজং হাস্পতালৰ ৭মহলাৰ পৰা কৰ'নাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা এজন যুৱকে জপিয়াই আত্মহত্যা কৰে।
চৰণজিত সিং নামৰ ৩৫বছৰীয়া যুৱকজনক বুধবাৰে নিশা ৯বজাত ছফদৰজং হাস্পতাললৈ অনা হৈছিল।এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা উভতা যুৱকজনক কৰ'না আক্ৰান্ত হোৱাৰ লক্ষণ পাই ছফদৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।
No comments:
Post a Comment