প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু। - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, September 28, 2020

প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু।

 

প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু।

সুদূৰ অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰে টাইমুৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

১৯৩৬চনৰ ২৪ নবেম্বৰত জন্মগ্ৰহণ কৰিছিল তেওঁ।

অসমৰ একমাত্ৰ আৰু প্রথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল তেওঁ।

দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজৰ অধ্যাপিকাও আছিল টাইমুৰ।

১৯৭২, ৭৮,৮৩ আৰু ৯১ চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

১৯৯১চনত তেওঁ ৰাজ্যৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮০-৮১চনত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

ৰাজ্যসভালৈও ১৯৮৮চনত নিৰ্বাচিত হৈছিল টাইমুৰ।


No comments:

Post a Comment

SPONSORED