বিটিএডিৰ নাম সলনি হ’ল : ৩০ নবেম্বৰলৈ সম্ভাৱনা নাই বিটিএডি নিৰ্বাচনৰ… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2020

বিটিএডিৰ নাম সলনি হ’ল : ৩০ নবেম্বৰলৈ সম্ভাৱনা নাই বিটিএডি নিৰ্বাচনৰ…



** বিটিএডিৰ নাম সলনি হল। 
** এতিয়াৰে পৰা বিটিআৰ ৰূপে পৰিচিত হব বিটিএডি। 
** নাম সলনি সন্দৰ্ভত ইতিমধ্যে অনুমোদন দিছে ৰাজ্যপালে। 
** বিটিএডিৰ সীমান্তত থকা ৫০ শতাংশ অবড়ো লোক থকা গাঁওৰ লোকে বিটিচিৰ পৰা ওলাই অহাৰ বাবে আবেদন কৰিব পাৰিব। 
** বিটিএডিৰ গাঁও কৰ্তনৰ বাবে গঠন হব আয়োগ৷ 
** পিপি বাৰ্মাৰ নেতৃত্বত গঠন হব ৩জনীয়া কমিটি। 
** তিনিজনীয়া কমিটিৰ সদস্য হব বিটিচি মুখ্য প্ৰশাসক ৰাজেশ প্ৰসাদ, এবছুৰ জয়ন্ত বাসুমতাৰী আৰু অন্যান্য সম্প্ৰদায়ৰ প্ৰতিনিধি ডালিম বায়ন। 
** আয়োগৰ কাৰ্যকাল হব ৬ মাহ, আসনবৃদ্ধি, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰক পৰামৰ্শ দিব আয়োগে। 
** নৱেম্বৰ ৩০লৈ বিটিএডিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। 
** নিৰ্বাচন সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰিব সৰ্বদলীয় বৈঠক। 
** ডিচেম্বৰ মাহত চিন্তা কৰা হব নিৰ্বাচন সন্দৰ্ভত। 
** বিহাৰৰ নিৰ্বাচন পৰ্যবেক্ষণ কৰি লোৱা হব সিদ্ধান্ত৷ 
** সংবাদমেলত এই কথা জনালে স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED