বৰছলা বহুমূখী হাইমাদ্ৰাছাত ছাত্ৰ বৃত্তিৰ নামত চলি আছে বৃহৎ দুৰ্নীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2020

বৰছলা বহুমূখী হাইমাদ্ৰাছাত ছাত্ৰ বৃত্তিৰ নামত চলি আছে বৃহৎ দুৰ্নীতি

আৰ টি আইত পোহৰলৈ আহিল সমগ্ৰ তথ্য : স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ 


লক্ষীমপুৰ : লক্ষীমপুৰত ছাত্ৰ বৃত্তিৰ নামত চলি আছে বৃহৎ দুৰ্নীতি৷ বৰছলা বহুমূখী হাইমাদ্ৰাছাৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ৷ আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিল সমগ্ৰ তথ্য৷ ফলত হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষক নীলকান্ত বৰুৱা আৰু পৰিচালনা সমিতিৰ সভাপতি আবুল কালামৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবীত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

No comments:

Post a Comment

SPONSORED