অসমতো আৰম্ভ হব আই পি এল ক্ৰিকেট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 21, 2020

অসমতো আৰম্ভ হব আই পি এল ক্ৰিকেট

আৰ্শ্বাদ আহমেদ, লক্ষীমপুৰ : 
২০২১ বৰ্ষৰ ৮, ৯, ১০ জানুৱাৰীত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ইছলামপুৰ প্ৰিমীয়াৰ লীগ।অন্য বৰ্ষৰ দৰে এইবাৰো IPLৰ আৰ্হিত অনুষ্ঠিত হব ইছলামপুৰ প্ৰীমিয়াৰ লীগ।অহা ১৫ ডিচেম্বৰত লখিমপুৰ জিলাৰ পাভ চাৰিআলি হাই মাদ্ৰাছাত অনুষ্ঠিত হব নিলাম প্ৰক্ৰিয়া। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ লগতে ৰঞ্জি ট্ৰফীত ভাগ লোৱা খেলুৱৈসকলেও অংশ গ্ৰহণ কৰিব এই ক্ৰিকেট খেলখনত। IPL পৰিচালনা সমিতিৰ সভাপতি ৰিয়াজুল ইছলাম আৰু সাধাৰণ সম্পাদক নেকিউৰ ৰহমানকে ধৰি সমূহ বিষয় ববীয়াসকল উপস্থিত থাকি এক সংবাদমেল সম্বোধন কৰি খেল সন্দৰ্ভত এই কথা সদৰী কৰে। UNCUT ৰূপত আগবঢ়াইছো সংবাদমেল…

No comments:

Post a Comment

SPONSORED