সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাহৰীঘাটৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক প্ৰাৰ্থীত্ব প্ৰত্যাশী আদিল হুছেইন ডাঙৰীয়াই। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট সাংবাদিক আফতাব হুছেইন দেৱে। সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত আদিল হুছেইনে কয়, প্ৰাৰ্থী হাইকমান্ডে বাচনি কৰিব আৰু হাইকমান্ডৰ ওপৰত তেখেতৰ পূৰ্ণ আস্থা আছে লগতে দেশ আৰু জাতি ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰিব লাগিব। তেওঁ লগতে কয় বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ যথেষ্ট বয়স হৈছে আৰু বদনামো আছে। সভাখনত যথেষ্ট স্থানীয় গণ্য মান্য লোক অংশগ্ৰহণ কৰে।
Responsive Ads Here
Wednesday, December 23, 2020

ধূপগুৰি গাওঁ পঞ্চায়তত কংগ্ৰেছ দলৰ উদ্যোগত আগন্তুক নিৰ্বাচন উপলক্ষে সজাগতা সভা
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment