গুৱাহাটীত ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 25, 2021

গুৱাহাটীত ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান

প্ৰেৰণাৰ আলোচনী "নিয়ৰৰ ফুল"ৰ উদ্যোগত আৰু "সাহিত্যৰ সুবাস" আলোচনীৰ সহযোগত "ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান" অনুষ্ঠান


গুৱাহাটী : প্ৰেৰণাৰ আলোচনী "নিয়ৰৰ ফুল"ৰ উদ্যোগত আৰু "সাহিত্যৰ সুবাস" আলোচনীৰ সহযোগত "ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান" অনুষ্ঠানটো বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়৷ প্ৰেৰণাৰ আলোচনী "নিয়ৰৰ ‌ফুল"ৰ সম্পাদক বিজু ফুকন কলিতা আৰু সভাপতি জুৰিমণিৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শুক্ৰেশ্বৰ মন্দিৰ,পাণবজাৰ, ফাঁচি বজাৰৰ আশে-পাশে ঠাইসমূহত প্ৰায় শতাধিক পথপথৰ অসহায়সকলক বস্ত্ৰ আৰু খাদ্য বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত সহায় আৰু সহযোগিতা আগবঢ়াই গুৱাহাটী নিবাসী সমাজসেৱীকা পূজা ভৰালী আৰু ৰঞ্জন মুদৈয়ে। ‌উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটো দৰং, মঙ্গলদৈ, ছিপাঝাৰৰ লগতে গুৱাহাটী মহানগৰীত প্ৰতিমাহে অনুষ্ঠিত হৈ আহিছে।

No comments:

Post a Comment

SPONSORED