নলবাৰীত অসমীয়া সাহিত্য সন্মিলনীৰ সভা ২০২১-২২ বৰ্ষৰ প্ৰথম বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ড০ সাগৰ বৰুৱাই ৷ মূল সভাৰ আৰম্ভণিতে নলবাৰী সাহিত্য সন্মিলনীৰ সম্পাদকে সভাত উপস্থিত সকলক আদৰণী জনায় ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় তাৰে মাজত আছে প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত অনুষ্ঠিত কৰা আৰু ২০২২ত পূৰ্ণাঙ্গ অধিৱেশন যোৰহাট জিলাত অনুষ্ঠিত কৰা ৷ লগতে অপৰ্না দেৱীৰ সময়ৰ গান নামৰ কবিতাপুথি উন্মোচন কৰা হয় ৷ পুথিখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক অসমীয়া বিভাগৰ অধ্যাপিকা ড০ অনুৰাধা শৰ্মাই ৷
Responsive Ads Here
Sunday, October 24, 2021

Home
অসম
আঞ্চলিক
নলবাৰীত অসমীয়া সাহিত্য সন্মিলনীৰ সভা ২০২১-২২ বৰ্ষৰ প্ৰথম বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন
নলবাৰীত অসমীয়া সাহিত্য সন্মিলনীৰ সভা ২০২১-২২ বৰ্ষৰ প্ৰথম বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment