জেলৰ পৰা ওলাই প্ৰথমবাৰৰ বাবে সমষ্টিলৈ পদাৰ্পণ কৰা সময়ত ভেল্লাত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ আহমেদৰ বিস্ফোৰণ
· বৰপেটাৰ ভেল্লাত বিধায়ক শ্বেৰমান আলীৰ বিস্ফোৰণ।
· কংগ্ৰেছত নেতা নাই কেঠাহে আছে।
· হিমন্ত বিশ্ব শৰ্মাৰ বহু এজেণ্ট আছে কংগ্ৰেছত।
· সিন্ধি খন্দা নেতাৰ বাবে দুলু আহমেদৰ দৰে শক্তিশালী নেতা দলৰ পৰা আঁতৰিছে।
· কংগ্ৰেছত বহু অপদাৰ্থ আছে যাৰ পৰা দলৰ বহুত ক্ষতি হৈ আছে।
· তেওঁলোকে নিজে একো কৰিব নোৱাৰে কিন্তু বেলেগে কৰিলেও জ্বলন হয়।
· সংখ্যালঘুৰ ৯৫ শতাংশ বিধায়কৰ মুৰত কাওদাং আছে।
· :বেলি পশ্চিমত উদয় হোৱা বুলি হাইকমাণ্ডে কলে মুৰত কাওদাং থকা বিধায়কসকলে মানি লয়।
· কংগ্ৰেছৰ অপদাৰ্থই নিজে একো কৰিব নোৱাৰে আৰু অইনে কৰিলে বাধা দিয়ে ।
· কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ কথা মানি লোৱাটো সম্ভৱ নহয় শ্বেৰমানৰ।
· কংগ্ৰেছে তেওঁৰ বাক স্বাধীনতা ৰুদ্ধ কৰিব বিছাৰিছে।
· প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম কিন্তু ৰাইজৰ স্বাৰ্থত মাত মতা বন্ধ নকৰে।
· অন্যায়ৰ বিৰুদ্ধে যুঁজত মৰিবলৈও কুণ্ঠাবোধ নকৰো
· কাপুৰুষ কংগ্ৰেছৰ বিজেপিৰ এজেণ্টে হিমন্তৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে মাত নামাতে কিয়? বিজেপিৰ কংগ্ৰেছ এজেণ্টেসকলে হিমন্তৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা নাই।
· শ্বেৰমানে মাত নমতা বাবে ভৰি চেলেকা বিধায়কসকলে হিমন্তৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা নাই।
· দলত সিন্ধি খন্দা নেতাসকলক আঁতৰাওক।
· সিন্ধি খন্দা ৰাজনীতিৰ বাবে দুলু আহমেদ কংগ্ৰেছ এৰি যাব লগা হৈছে। ফলত পাঁচখনকৈ আসন এৰিব লগা হৈছে কংগ্ৰেছে।
Responsive Ads Here
Thursday, December 16, 2021

প্ৰয়োজনত কংগ্ৰেছ দল ত্যাগ কৰিব বিধায়ক শ্বেৰমান
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment