বৰপেটাৰোডৰ
নিকটৱৰ্তী কাটাঝাৰত ৯৭ শতাংশ নম্বৰেৰে
উজলি উঠিল মাধৱদেৱ একাডেমীৰ
ছাত্ৰ ডেভিদ নাথ। ডেভিদ নাথৰ এই
ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ, আঞ্চলবাসীৰ লগতে
একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী সকল। একাডেমীখনৰ
পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম
হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একাডেমী
কৰ্তৃপক্ষই ফুলাম গামোছা আৰু
জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
Responsive Ads Here
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment