আজি ১৪ জুন অৰ্থাৎ “বিশ্ব ৰক্তদাতা দিৱস”।
কোৱা হয় যে ৰক্ত
দান মহান দান। সেয়ে অভয়াপুৰীত অইন অইন বছৰৰ দৰে এইবাৰো বঙাইগাঁও
জিলা মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ কৰ্মচাৰী সকলে অভয়াপুৰী সমূহীয়া স্বাস্থ্য
কেন্দ্ৰত পালন কৰিলে “বিশ্ব ৰক্তদাতা দিৱস”৷ স্বেচ্ছামূলক ৰক্তদানক উৎসাহিত কৰা আৰু
ৰক্তদাতা সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই হৈছে এই দিৱসৰ প্ৰধান উদ্দেশ্য।
ৰক্তদানেৰে আন এজনক জীৱনদান দিয়াৰ লগতে নিজকো সুস্থ, সবল আৰু মানসিক সুখৰ অধিকাৰী কৰি তুলিব পৰা যায় বুলি
মত ব্যক্ত কৰে আয়োজক সকলে৷
মাণিকপুৰৰ
পৰা ইমৰান হুছেইনৰ ৰিপোৰ্ট
No comments:
Post a Comment