চোৰ ধৰিবলৈ বদৰপুৰত উপস্থিত কৰ্ণাটকৰ আৰক্ষীৰ দল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 8, 2022

চোৰ ধৰিবলৈ বদৰপুৰত উপস্থিত কৰ্ণাটকৰ আৰক্ষীৰ দল

এটা চুৰ ধৰিবোলৈ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ আৰক্ষীৰ দল উপস্থিত হয় কৰিমগঞ্জৰ বদৰপুৰত। 

 

 বদৰপুৰত উপস্থিত হৈ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা বুৰহান হুছেইন বড়ভূইয়া নামৰ চুৰজনক  আটক কৰি কৰ্ণাটকত উভতাই লৈ যায়। ঘটনাৰ বিবৰণীৰ মতে হাইল্লাকান্দিৰ আলগাপুৰ চণ্ডিপুৰৰ বুৰহান হুছেইন বড়ভূইয়া ট্ৰাক ড্ৰাইভাৰ হিচাপে কাম কৰিছিল কৰ্ণাটকত আৰু আৰক্ষীৰ ভাষ্যমতে ট্ৰাকৰ সামগ্ৰী চুৰি কৰি আনিছিল বুৰহান হুছেইন বড়ভূইয়াই।  যাৰ বাবে কৰ্ণাটকৰ হাবুঘুড়ি আৰক্ষী থানাত বুৰহান উদ্দিনৰ বিৰুদ্ধে ১৪০ নম্বৰৰ এখন গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই বুৰহান হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ হাইলাকান্দিত উপস্থিত হৈছিল কৰ্ণাটকৰ আৰক্ষীৰ দল।

কৰিমগঞ্জৰ পৰা ছাজিবুল আলমৰ ৰিপোর্ট সংবাদ প্রহৰী।

No comments:

Post a Comment

SPONSORED