Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 15, 2022

Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২

আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২
সূর্যোদয় ঘঃ ৪-৩৪-৫০, সূর্যাস্ত ঘঃ ৬-১১-৫। তিথি-কৃষা প্রতিপদ, দং ২৫৪২-৫১ ঘঃ ২-৫১-৫৮ | নক্ষত্র-মূল, দং ৩২-০-৩৮ আঘঃ ৫-২৩-৫। জন্ম— ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাৰিগণ, গন্ধৰ্বৰ অস্থি, বৰুণযোগ, অ শনি, বিং কেতুৰ দশা, আঘঃ ৫-২৩-৫ যোৱাত মনুষ্যগণ, অ বৃহস্পতি, বিং শুত্র দশা। ভক্ষাভক্ষ্য কোমোৰা আৰু তিতাভেকুৰী খোৱা নিষেধ। হালখতি। সন্ধিয়া শ্রীশ্রীসত্যনাৰায়ণ ব্রত। (গণনা মতে) |


মেষ : হুমূৰ কাম পৰিহাৰ কৰক। চুটি ভ্ৰমণত উপকৃত হব। শুভ ৰং হালধীয়া। গণেশ বাবাক স্মৰণক। ৰাজনীতিত সমস্যা। বিদ্যাত আনন্দ। শুভ সংখ্যা চাৰি।

বৃষ : কোনো প্রভাৱশালী লোকৰ সান্নিধ্য পাব। ৰাজনীতিত উদ্বিগ্নতা। শুভ ৰং আকাশী নীলা। সাহিত্য-সংস্কৃতিত উন্নতি। আৱেগ বর্জন কৰক। ব্যয়। শুভ সংখ্যা দুই।

মিথুন : কর্মোন্নতি। নিজৰ দুর্বলতাখিনি আনৰ আগত প্রকাশ নকৰিব। শুভ ৰং মাখন। আনৰ প্রেৰণা পাব। গােপন তথ্য লাভ কৰিব। ভ্রমণ। শুভ সংখ্যা ছয়।

কর্কট : আশাবাদী মন। ৰাজহুব্রা দিশত তৎপৰত থাকিব। শুভ ৰং গোলাপী। কীট-পতংগৰ পৰা সাৱধান। মিত্র লাভ। খৰচ বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা পাঁচ।

সিংহ : বিশ্রামৰ প্ৰয়োজন হ’ব। হতাশাক প্রশ্রয় নিদিব। শুভ ৰং আকাশীনীলা। সন্তানক লৈ চিন্তা। ধর্মীয় সংযোগ। শিল্পীৰ সুনাম। খৰচ। শুভ সংখ্যা ছয়।

কন্যা : কর্মশক্তি অটুট থাকিব। কম কথা ক'লে সুফল পাব। শুভ ৰং সোণালী। গণেশক পূজা কৰক। বিঘিনি আঁতৰিব। পৰচর্চা নকৰিব। ব্যয়। শুভ সংখ্যা আঠ।

তুলা : জয়যাত্রা অব্যাহত। ঘাত-প্রতিঘাত অতিক্রম কৰিব পাৰিব। শুভ ৰং সোণালী। সততা ৰক্ষা পৰি। চৰকাৰী নিযুক্তি লাভৰ যোগ। শুভ সংখ্যা চাৰি।

বৃশ্চিক : কর্মত উৎসাহ-উদ্দীপনা থাকিব। সংশয় দূৰ হ'ব। শুভ ৰং মাখন। আঁঠু, কঁকালত বিষ হ'ব পাৰে। আইন হাতত তুলিনল'ব। খৰচ। শুভ সংখ্যা পাঁচ।

ধনু : গুৰুস্থানীয় লোকৰ আদৰ্শ মানি চলক। হতাশা আঁতৰিব। শুভ ৰং গোলাপী। ভাতৃৰপৰা সহায় নাপাব। যানবাহনত কষ্ট। ভ্রমণ। শুভ সংখ্যা দুই।।

মকৰ : বিচক্ষণতা প্রকাশ পাব। পুৰণি মামলাত জয়লাভ। শুভ ৰং কমলা। মৃগশিৰা নক্ষত্র জাতক প্রশংসা প্রাপ্তি। অর্থলাভ। বিদ্যাত সুখ। শুভ সংখ্যা পাঁচ।

কুম্ভ : সংঘাত আঁতৰিব। সন্তানৰপৰা শুভ সংবাদ পাব। শুভ ৰং গোলাপী। দুষ্ট লোকৰ সংগ লৈ মদ্যপান নকৰিব। বন্ধু আগমন। শুভ সংখ্যা ছয়।

মীন : শুভ সংবাদ লাভ কৰিব। আনৰপৰা আমনি পাব পাৰে। শুভ ৰং মাখন। ৰক্তচাপ বৃদ্ধি হ'ব পাৰে। পৰচৰ্চাৰপৰা বিৰত থাক। ভ্রমণ। শুভ সংখ্যা চাৰি।

No comments:

Post a Comment

SPONSORED