Rashifal | আজিৰ ৰাশিফল- ১২ আগষ্ট, ২০২২ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 12, 2022

Rashifal | আজিৰ ৰাশিফল- ১২ আগষ্ট, ২০২২

আজি বৃহস্পতিবাৰ, 1944 শকাব্দৰ 26 শাওণ আৰু 2022 খ্ৰীষ্টাব্দৰ 12 আগষ্ট


মেষ- আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পাব৷ উৎকণ্ঠা এৰাই চলক৷ শুভ ৰং ৰঙা৷ কোনো পদযাত্ৰাত অংশ নল’ব৷ খৰচ বৃদ্ধি৷ প্ৰদূষণে কষ্ট দিব৷ ভ্ৰমণ৷ শুভ সংখ্যা দুই৷

বৃষ-¸ কৰ্মত বিচক্ষণতা প্ৰকাশ পাব৷ দূৰদৰ্শিতা প্ৰকাশ পাব৷ শুভ ৰং কমলা৷ দালালে আপোনাৰ সৰলতাৰ সুযোগ ল’ব৷ ধন ধাৰলৈ নিদিব৷ শুভ সংখ্যা পাঁচ৷

মিথুন- কৰ্মত আশাবাদী সংযোগ৷ চৰকাৰী কামত অগ্ৰগতি৷ শুভ ৰং মেৰুণ৷ পুৰণি ৰোগে কষ্ট দিব পাৰে৷ প্ৰতিৱেশীৰ ওপৰত নজৰ ৰাখক৷ শুভ সংখ্যা ছয়৷

কৰ্কট ঃ খং, ক্ৰোধ আৰু চঞ্চলতা নিয়ন্ত্ৰণত থাকিব৷ মাদক দ্ৰব্য বৰ্জন কৰক৷ শুভ ৰং কমলা৷ পদপথত অতি সাৱধান৷ শত্ৰুৰ চৰ্চা থাকিব৷ শুভ সংখ্যা পাঁচ৷

সিংহঃ আপোনাৰ ওপৰত আনৰ ঈৰ্ষা হ’ব৷ চঞ্চলা মহিলাৰ পৰা ক্ষতি৷ শুভ ৰং আকাশী নীলা৷ যানবাহন লাভ৷ পিত্ত, বায়ুৰোগত কষ্ট পাব৷ শুভ সংখ্যা দুই৷

কন্যা- প্ৰতিভা বিকাশৰ সুযোগ পাব৷ প্ৰতিশোধ পৰায়ণ মনোভাব ত্যাগ কৰক৷ শুভ ৰং মেৰুণ৷ আনক প্ৰশংসা কৰক৷ চকু পৰীক্ষা কৰক৷ শুভ সংখ্যা ছয়৷

তুলা- বিচক্ষণতা প্ৰকাশ পাব৷ পিত্ত, বদহজম, মধুমেহ আদি ৰোগত ভুগিব পাৰে৷ শুভ ৰং গোলাপী৷ দূৰদৰ্শী চিন্তাত ব্ৰতী৷ পৰীক্ষাত সুনাম৷ শুভ সংখ্যা চাৰি৷

বৃশ্চিক- আশাবাদী সংযোগ৷ দেহৰ বলেৰে সকলো কাম সম্ভৱ নহ’ব৷ শুভ ৰং কমলা৷ জিভা, দাঁত, ভৰি আদি ৰোগত ভুগিব পাৰে৷ শত্ৰু কমিব৷ ব্যয়৷ শুভ সংখ্যা ছয়৷

ধনু ঃ কথা আৰু কামৰ মাজত পাৰ্থক্য থাকিব৷ মনোৰঞ্জনত ব্যস্ত নথকাই ভাল৷ শুভ ৰং সেউজীয়া৷ গৃহ নিৰ্মাণৰ চিন্তা৷ মহিলাৰ পৰা সাৱধান৷ শুভ সংখ্যা আঠ৷

মকৰঃ স্বাৱলম্বী মনোভাব, চাহ বাগান, উদ্যোগ আদিত কৰ্মৰতসকলৰ সুনাম বৃদ্ধি পাব৷ শুভ ৰং মুগা৷ দক্ষতা বৃদ্ধি পাব৷ খং কমিব৷ শত্ৰু নাশ৷ শুভ সংখ্যা পাঁচ৷

কুম্ভ ঃ দূৰদৰ্শিতা প্ৰকাশ পাব৷ আনৰ প্ৰতি সহানুভূতি থাকিব৷ শুভ ৰং সোণালী৷ খাদ্য কমকৈ খাওক৷ চিগাৰেট, চাধা, মদ বৰ্জন কৰক, ৰোগ কমিব৷ শুভ সংখা দুই৷

মীন ঃ গুৰু আপানোৰ পক্ষত, সেয়ে শত্ৰ পদানত হ’ব৷ শৰীৰৰ প্ৰতি নজৰ ৰাখক৷ শুভ ৰং গোলাপী৷ চঞ্চলতা কমিব৷ আলহীৰ আগমন৷ ব্যয়৷ শুভ সংখ্যা ছয়৷৷

No comments:

Post a Comment

SPONSORED