কমলপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী | MLA Diganta Kalita - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2022

কমলপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী | MLA Diganta Kalita


বৰ্তমান সময়চোৱাত কোনো মন্ত্ৰী বিধায়কে চাকৰি দিব নোৱাৰে।এই মুহূৰ্তলৈকে চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ভাৱে প্ৰায় অৰ্ধ লক্ষ্যধিক যুৱক যুৱতীক সংস্থাপিত কৰিছে।এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ।যোৱাকালি সমষ্টিটোৰ অন্তৰ্গত 2 নং ৰাধাকুছি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে..বৰ্তমানৰ চৰকাৰ খনৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এনেদৰে সদলবলে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে।

বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED