দেৰগাঁৱৰ দুৰ্গা পূজা | Durga Puja | Dergaon | Nagaon | Assam - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, October 05, 2022

দেৰগাঁৱৰ দুৰ্গা পূজা | Durga Puja | Dergaon | Nagaon | Assam


শাৰদীয় প্ৰকৃতিৰ কোমল হাঁহিয়ে উজীৱিত কৰিছে সকলোৱে মন, এইয়া শাৰদীয় বতৰ ,এইয়া শাৰদীয় দুৰ্গোৎসবৰ সময় । আজি মহানৱমী ,আমাৰ সংবাদাতা উপস্থিত আছে দেৱগ্ৰাম পূজা মণ্ডৱত , এইয়া দেৱগ্ৰাম পূজা মণ্ডৱৰ নিশাৰ দৃশ্য ।। মহা মৃত্যুঞ্জয় মন্দিৰ আৰ্হিয়ে সঁজুৱা মণ্ডৱ চাবলৈ হাজাৰ হাজাৰ ৰাইজৰ ভিৰ ।। দেৱী দূর্গাৰ আর্শীহ লোৱাৰ উপৰিও নগাঁও নোযোৱাকৈ দেৰগাঁওতে মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ পাই সুখী ৰাইজ ।। সংবাদ প্ৰহৰীৰ আগত ৰাইজে কৈ গ'ল বহু কথা ।

চাওঁ আহক প্ৰণৱ বৰাহ এক বিশেষ প্ৰতিবেদন ।।

No comments:

Post a Comment

SPONSORED