বাঘবৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 13, 2016

বাঘবৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় উন্মোচন


সংবাদ প্ৰহৰী, বাঘবৰ, ১৩ জুলাই ঃ বৰপেটা জিলাৰ মন্দিয়াস্থিত বাঘবৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয়ৰ দ্বাৰ আজি মুকলি কৰা হয়। বাঘবৰ আৰক্ষী থানাৰ বিষয়া নিৰঞ্জণ কলিতা, মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাস, মন্দিয়াৰ স্থানীয় সংবাদদাতা চান মাহমুদ আহমেদ, জন-জাগৰণ উন্নয়ন পৰিষদৰ সভাপতি বাশান মল্লিক, বৰপেটা জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি শ্বহিদুল ইছলাম, শ্বেৰমান ফ্যান ক্লাৱৰ সম্পাদক কামাল হাছান, কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সাংবাদকৰ্মী ছাহেদ আলী আহমেদ, বৰপেটা জিলা আমছুৰ প্ৰচাৰ সম্পাদক হেলাল উদ্দিন, বাঘবৰৰ সমাজকৰ্মী ৰেজ্জাক আলী আৰু স্থানীয় বহুতো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মন্দিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক আমজাদ আলী আহমেদে কৰ্যালয়ৰ দ্বাৰ মুকলি কৰে আৰু মুকলি সভাৰ সভাপতিৰ পদ অলংকৃত কৰে।

No comments:

Post a Comment

SPONSORED