একেৰাহে ৪৮৪ বছৰ ধৰি জ্বলি আছে এগছি বন্তি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, September 04, 2016

একেৰাহে ৪৮৪ বছৰ ধৰি জ্বলি আছে এগছি বন্তি

ঢেকীয়াখোৱা বৰ নামঘৰ- অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত । ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ৩. ৫ কিঃ মিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত । ভাদ মাহৰ অখণ্ড নাম- কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায় । জনশ্ৰুতি অনুসৰি ১৪৬১ চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল । মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে । এই বন্তি গছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ - এ "দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি" বুলি স্বীকৃতি প্ৰদান কৰিছে ।

No comments:

Post a Comment

SPONSORED