নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ বৰপেটাৰোড আঞ্চলিক সমিতি গঠন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, September 04, 2016

নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ বৰপেটাৰোড আঞ্চলিক সমিতি গঠন


সংবাদ প্ৰহৰী, বৰপেটাৰােড, ৪ ছেপ্টেম্বৰ, ২০১৬ : 
নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ আজি বৰপেটাৰোড আঞ্চলিক সমিতিখন গঠন কৰা হয়। আজি দিনৰ প্ৰায় ৩ বজাত খৈৰাবাৰী প্রেক্ষাগৃহত অনুষ্ঠিত এক সাধাৰণ সভাত মোজাম্মেল হকক সভাপতি আৰু মহেজ উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ সংগঠনটােৰ বৰপেটাৰােড আঞ্চলিক সমিতিখন পূণাংগ ৰূপত গঠন কৰা হয়। সভাত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্রীয় সভাপতি আবুল হুছেইন, বৰপেটা জিলা সমতিৰ সাধাৰণ সম্পাদক মহিব উদ্দিন আহমেদ, কবি পিংকী, আহমেদকে ধৰি ভালেকেইগৰাকী লোকে অংশ গ্রহণ কৰে।

No comments:

Post a Comment

SPONSORED