ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত ৪ টা পদ খালী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2016

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত ৪ টা পদ খালী




Dibrugarh University


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত খালী হোৱা পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্র আহ্বান কৰা হৈছে।


আবেদনৰ অন্তিম দিন-২৩ ছেপ্টেম্বৰ, ২০১৬
মুঠ পদৰ সংখ্যা- চাৰিটা।
পদসমূহ— লাইব্রেৰিয়ান, ক্ৰীড়া সঞ্চালক,উপ- সঞ্চালক ইত্যাদি। 
শিক্ষাগত অৰ্হতা— পদ অনুযায়ী ভিন্ন ভিন্ন।
দৰমহাৰ নিৰিখ— পদ অনুযায়ী ভিন্ন ভিন্ন। 
আবেদনৰ মাচুল- ৫০০ টকা।
আবেদন পত্ৰ পঠোৱাৰ ঠিকনা— পঞ্জীয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, ৭৮৬০০৪।

অধিক জানিবলৈ ক্লিক কৰক

অনলাইনত আবেদন প্ৰ-পত্ৰ পোৱাৰ বাবে ক্লিক কৰক


No comments:

Post a Comment

SPONSORED