আজি নিৰ্বাচন : ভাগ্য নিৰ্ণয় হ’ব ২২গৰাকী প্ৰাৰ্থীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 12, 2018

আজি নিৰ্বাচন : ভাগ্য নিৰ্ণয় হ’ব ২২গৰাকী প্ৰাৰ্থীৰ

বৰপেটা : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত পশ্চিম বেতবাৰী সমবায় সমিতি লিঃৰ সঞ্চালক মণ্ডলীৰ সঞ্চালক (সদস্য)  পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে৷
হাউলীৰ বৰবালাত থকা সমবায় সমিতিৰ কাৰ্য্যলয় প্ৰাঙ্গনত আজি পুৱাৰেই পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে৷ উল্লেখ যোগ্য যে ৪০৪৫টা ভোটৰ মাজত ১২টা পদৰ ভাবে ভোট গ্ৰহণ আৰম্ভ হৈছে৷
উক্ত নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ পৰাও দেখা গৈছে৷ কংগ্ৰেছ আৰু অগপই সমবায় নিৰ্বাচনক ৰাজনীতি কৰন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷

No comments:

Post a Comment

SPONSORED