আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 1, 2018

আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি

গুৱাহাটী, ১ নৱেম্বৰ : কেইবাজনো বিষয়াক পদোন্নতিসহ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি কৰে ৰাজ্যৰ গৃহবিভাগে৷
• বাক্সাৰ তামুলপুৰৰ SDPO মানৱেন্দ্ৰ গগৈক বদলি
• ডিমা হাচাওৰ 5th APBnৰ 2i/c ৰূপে বদলি গগৈক
• জালুকবাৰীৰ ACP পনজিত্ দুৱৰাক বদলি
• আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ ADC পদলৈ বদলি দুৱৰাক
• কাহিলীপাৰাৰ 10th APBnৰ এছিছটেণ্ট কমাণ্ডেণ্ট গায়ত্ৰী সোণোৱালক বদলি
• 10th APBnৰ 2i/c ৰূপে বদলি গায়ত্ৰী সোণোৱালক
• নামৰূপৰ DSP আছিফ আহমেদক বদলি
• তিনিচুকীয়াৰ ASP (HQ) পদলৈ বদলি আহমেদক
• গুৱাহাটীৰ ACP (Intelligence) ৰজীৰাণী শৰ্মাক বদলি
• লখিমপুৰৰ লীলাবাৰীৰ 13th APBnৰ 2i/c পদলৈ বদলি
• ধুবুৰীৰ DSP (HQ) নিৰুপম হাজৰিকাক বদলি
• ধুবুৰীৰ ASP (HQ) পদলৈ বদলি হাজৰিকাক
• পাণবজাৰৰ ACP সুপ্ৰতিভ লাল বৰুৱাক বদলি
• মান্দাকাটাত CDO বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্টৰ দায়িত্ব
• কাছাৰৰ লক্ষীপুৰৰ SDPO গৌৰৱ কুমাৰ আগৰৱালাক বদলি
• কাছাৰৰ ASP (B) পদলৈ বদলি গৌৰৱ কুমাৰ আগৰৱালাক
• গুৱাহাটীৰ DSP সুমিতা শৰ্মাক বদলি
• শোণিতপুৰত ASP (B) পদলৈ বদলি সুমিতা শৰ্মাক
• মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা DSP ৰূপম ফুকনক বদলি
• মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ASP (S) পদলৈ বদলি ৰূপম ফুকনক
• তিনিচুকীয়াৰ DSP (HQ) ৰাজেন্দ্ৰ ওজাক বদলি
• গোৱালপাৰাৰ 1st APTF বেটেলিয়নৰ 2i/c ৰূপে বদলি
• চানমাৰিৰ ACP বিদ্যুত্ দাস বড়োক বদলি
• মান্দাকাটাত CDO বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্টৰ দায়িত্ব
• ডিব্ৰুগড়ৰ DSP (HQ) প্ৰদীপ শইকীয়াক বদলি
• ডিব্ৰুগড়ৰ ASP (B) পদলৈ বদলি শইকীয়াক
• নুনমাটিৰ ACP পূৰবী মজুমদাৰক বদলি
• দৰঙৰ ASP (B) পদলৈ বদলি পূৰবী মজুমদাৰক
• গুৱাহাটীৰ DSP ৰিপুঞ্জয় কাকতিক বদলি
• চৰাইদেউৰ ASP (S) পদলৈ বদলি ৰিপুঞ্জয় কাকতিক
• তিতাবৰৰ 3rd APBnৰ এছিছটেণ্ট কমাণ্ডেণ্ট অলিন্দিতা গগৈক বদলি
• শোণিতপুৰৰ ASP (S) পদলৈ বদলি অলিন্দিতা গগৈক
• বিশ্বনাথৰ DSP (HQ) দেৱজিত নাথক বদলি
• জামুগুৰিহাটৰ 12th APBnৰ 2i/c ৰূপে বদলি নাথক
• গোসাঁইগাঁৱৰ SDPO মুনীন্দ্ৰ নাথ দেউৰীক বদলি
• অভয়াপুৰীত 8th APBnৰ 2i/c ৰূপে বদলি দেউৰীক
• কৰিমগঞ্জৰ DSP (HQ) ৰণবীৰ শৰ্মাক বদলি
• কৰিমগঞ্জৰ ASP (B) পদলৈ বদলি শৰ্মাক
• BI(EO)ৰ DSP পাপৰি চেতিয়াক বদলি
• নগাঁৱৰ ASP (B) পদলৈ বদলি চেতিয়াক
• পাণ্ডুৰ GRPৰ DSP ইফতিকাৰ আলীক বদলি
• লিগিৰীপুখুৰীৰ 1st APBnৰ 2i/c ৰূপে বদলি আলীক
• তিনিচুকীয়াৰ DSP (B) বিজয় দত্তক বদলি
• তিতাবৰৰ 3rd APBnৰ 2i/c ৰূপে বদলি দত্তক
• হোজাইৰ DSP (HQ) জ্যোতি ৰঞ্জন নাথক বদলি
• চৰাইদেউৰ ASP (B) পদলৈ বদলি নাথক
• গুৱাহাটীৰ ACP (ট্ৰেফিক) কুলেন্দ্ৰ নাথ ডেকাক বদলি
• লামডিঙৰ 2nd APTF বেটেলিয়নৰ 2i/c ৰূপে বদলি ডেকাক
• হোজাইৰ DSP (B) প্ৰণৱ কুমাৰ পেগুক বদলি
• লখিমপুৰৰ ASP (HQ) পদলৈ বদলি পেগুক
• হামৰেনৰ DSP (HQ) ডেভিদ ৰুহুংহুং নেইগাইটেক বদলি
• শিলচৰৰ 6th APBnৰ 2i/c ৰূপে বদলি নেইগাইটেক
• কামৰূপ (গ্ৰাম্য) DSP (HQ) মাধুৰিমা দাসক বদলি
• শদিয়াৰ ৰ ASP (HQ) পদলৈ বদলি মাধুৰিমা দাসক
• CIDৰ DSP গীতাঞ্জলি দলেক বদলি
• দেৰগাঁৱৰ 11th APBnৰ 2i/c পদলৈ বদলি দলেক
• ডিমা হাচাওৰ DSP (B) মেৰীলিন জাউল চাংমাৱিক বদলি
• যোৰহাটৰ SSP (B) পদলৈ বদলি মেৰীলিন জাউল চাংমাৱিক
• ধুবুৰীৰ DSP (DSB) শচীন্দ্ৰ নাথ দাসক বদলি
• মানকাচৰৰ AP (IR) বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্ট পদলৈ বদলি
• CIDৰ DSP নন্দিনী ডেকাক বদলি
• হাউলীৰ 4th APTF বেটেলিয়নৰ 2i/c পদলৈ বদলি ডেকাক
• V&AC (HQ)ৰ DSP কৰুণা বৰদলৈক বদলি
• V&ACৰ ASP (Law) পদলৈ বদলি বৰদলৈক
• BI(EO)ৰ DSP দীনেশ চন্দ্ৰ বৰ্মনক বদলি
• দৌলাশালৰ 14th APBnৰ 2i/c পদলৈ বদলি বৰ্মনক

SPONSORED