এম জে আকবৰৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা আখ্যা পত্নী মল্লিকা আকবৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 2, 2018

এম জে আকবৰৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা আখ্যা পত্নী মল্লিকা আকবৰৰ


  • এম জে আকবৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগক লৈ মন্তব্য পত্নী মল্লিকা আকবৰৰ।
  • মিছা অভিযোগেৰে এম জে আকবৰৰ বিৰুদ্ধে ষড়যন্তৰ ৰচাৰ অভিযোগ মল্লিকা আকবৰৰ।
  • ‘মই নাজানো পল্লৱী গগৈয়ে কি কাৰণে মিছা মাতিছিল, কিন্তু তেওঁ যে মিছা মাতিছে সেয়াই সঁচা।’
  • ‘আমাৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক আছিল পল্লৱী গগৈৰ।’
  • ‘প্ৰায়ে আমাৰ ঘৰলৈ আহি আমাৰ সতে সময় পাৰ কৰাৰ লগতে নিশাৰ আহাৰো গ্ৰহণ কৰিছিল পল্লৱীয়ে।’
  • ‘এতিয়া এম জে আকবৰৰ বিৰুদ্ধে মিছা অপবাদ জাপি দিয়াৰ উদ্দেশ্য কি সেয়া মই নাজানো।’
  • সংবাদ মাধ্যমৰ আগত এনেদৰে দুখ প্ৰকাশ কৰে মল্লিকা আকবৰে।
  • একালৰ সহকৰ্মী এম জে আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল সাংবাদিক পল্লৱী গগৈয়ে।
  • এগৰাকী আমেৰিকান মহিলা সাংবাদিকসহ ১০ গৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আকবৰৰ বিৰুদ্ধে।

No comments:

Post a Comment

SPONSORED