হাই ভল্টেজ নেতাৰ বিপৰ্যয় : পঞ্চায়ত নিৰ্বাচনৰ ১০ টা খবৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, December 13, 2018

হাই ভল্টেজ নেতাৰ বিপৰ্যয় : পঞ্চায়ত নিৰ্বাচনৰ ১০ টা খবৰ


• কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গহপুৰত কংগ্ৰেছৰ থৰক-বৰক অৱস্থা৷
• কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুলৰ নিজ গাঁও পঞ্চায়তৰ ১০ টা ৱাৰ্ডতেই বিজেপি প্ৰাৰ্থী জয়ী৷
• কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ মাৰ্ঘেৰিটাত বিজেপিৰ চমকপ্ৰদ সাফল্য৷
• ভৰত-ৰাণীৰ দুৰ্গত উৎখাত কংগ্ৰেছ৷
• কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত বিজেপিৰ ঢৌ৷
• জন্মস্থান গোলাঘাটতে নিস্প্ৰভ অগপ৷
• সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীৰ সমষ্টিৰ অগপৰ থৰক-বৰক অৱস্থা৷
• তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন অগপৰ কমলপুৰ সমষ্টিৰ বিধায়ক, পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা৷
• ৰঞ্জিৎ দাসৰ সমষ্টি সৰভোগত বিজেপিৰ বিপৰ্যয়৷
• হোজাই, বৰাক, নামনি অসমত এআইইউডিএফৰ চৰম বিপৰ্যয়৷



SPONSORED