কংগ্ৰেছে গঠন কৰিলে ভৱানীপুৰ আঞ্চলিক পঞ্চায়ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 12, 2019

কংগ্ৰেছে গঠন কৰিলে ভৱানীপুৰ আঞ্চলিক পঞ্চায়ত

বিল্লাল হুছেইন সভাপতি আৰু মনিকা বালা গয়াৰী উপ সভানেত্রী হিচাপে নিৰ্বাচিত


হাউলীঃ বৰপেটা জিলাৰ হাউলীস্থ ভৱানীপুৰ ব্লক আঞ্চলিক পঞ্চায়তখন কংগ্ৰেছ দলে গঠন কৰে৷ ভৱানীপুৰ ব্লক আঞ্চলিক পঞ্চায়তখন সোতৰটা পঞ্চায়তৰে গঠিত৷ আঞ্চলিক পঞ্চায়তখনৰ ১৭ জন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ১০,বিজেপিৰ ৪,ইউ.ডি.এফৰ ২ আৰু অগপৰ ১ জন সদস্য নিবাচিত হৈছে৷ আজি দিনৰ দুই বজাত ভৱানীপুৰ ব্লকত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছৰ বিল্লাল হুছেইন সভাপতি আৰু মনিকা বালা গয়াৰী উপ সভানেত্রী হিচাপে নিৰ্বাচিত হয়৷

SPONSORED