নিশাৰ ভিতৰত চৰ্চিত ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 23, 2019

নিশাৰ ভিতৰত চৰ্চিত ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰী

ধুবুৰী : বদৰুদ্দিন আজমলৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় IIT(JAM)-2019 বৰ্ষৰ পৰীক্ষাত উজলিল ধুবুৰী কন্যা শ্বৰিফা ইয়াছমিন।আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম,কলেজখনৰ অধ্যক্ষা ড° চামিক চফিকা বেগম, অধ্যাপক অনুৎপল,বিশ্ববন্ধু থাপা আৰু অন্যান্যসকলৰ অক্লান্ত প্ৰচেষ্টাত অৱশেষত সপোন পূৰণ হয় ধুবুৰী কন্যাগৰাকীৰ।


মৰিয়ম আজমল ওৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনোলজিৰ প্ৰতিভাশালী ছাত্ৰী শ্বৰীফা ইয়াচমিন।মৰিয়ম কলেজৰ বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকত অধ্যায়নৰত শ্বৰীফা ইয়াছমিনৰ এই সফলতা অৰ্জনত উৎফুল্লিত হৈ পৰিছে  ধুবুৰীবাসীৰ লগতে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, সাংসদ ছিৰাজ উদ্দিন আজমল , আজমল ফাউণ্ডেচনৰ অধীক্ষক ড° খছৰুল ইছলাম।

SPONSORED