গুৱাহাটী : বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদেশৰ হেঙেৰাবাৰী মুখ্য কাৰ্য্যালয়ত ৰাজ্যিক সভাপতি শ্ৰীযুত ৰণজিৎ দাস ডাঙৰীয়া উপস্থিতিত যুব লেখক ও সমাজ সেৱক উৎপল বণিয়াও ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে৷
অসমৰ মহিলা সকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় উৎপল বণিয়াক পৰৱতী পৰ্য্যায়ত নগাঁও কোনটো সমষ্টিৰ পৰা নিবাচন খেলিব বুলি সাংবাদিকৰ প্ৰশ্নোত্তৰত তেওঁ কথাটো ফালৰি কাটি উত্তৰ দিয়ে যে তেওঁ দলৰ এজন সাধাৰণ কমী হিচাপে ৰাইজৰ হৈ কাম কৰি যাব৷ নগাঁৱৰ বিধায়ক ৰূপক শমা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইৰ পদাংক অনুসৰণ কৰিয়ে বিজেপিত যোগ দিয়া বুলি দোহাৰে৷