শৰৎ সমগ্ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 19, 2019

শৰৎ সমগ্ৰ


ৰুমা ভট্টাচাৰ্য, গুৱাহাটী
এটি চৰাইৰ স্নিগ্ধ পোহৰে
মোৰ চোতাল জুৰাইছে।

হিংস্ৰ আকাশখনৰ তলত এতিয়া
শান্ত সেউজীয়া বা বলিছে।

কবিতাৰো বতৰ আছে
কহুৱাবোৰে কানে কানে ক’লে।।

শব্দবোৰে তন্ময় হৈ
অনুভৱ কৰে
গে'ৰধৰা ধাননিৰ
মধুৰ গৰ্ভৱতী যন্ত্ৰণা।।

SPONSORED