পোছাকক লৈ সমালোচনাৰ সন্মুখীন প্ৰিয়ংকা চোপ্ৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 31, 2020

পোছাকক লৈ সমালোচনাৰ সন্মুখীন প্ৰিয়ংকা চোপ্ৰা

নিজৰ পোছাকক লৈ এইবাৰ ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। গ্ৰেমী এৱাৰ্ডছ ২০২০ত অংশগ্ৰহণৰ সময়ত পৰিধান কৰা ‘আজৱ পোছাক’ দেখি প্ৰিয়ংকা চোপ্ৰাক নীতি শিক্ষা দিলে এগৰাকী ফেশ্বন ডিজাইনাৰে।


প্ৰিয়ংকাই নিকৰ সৈতে গ্ৰেমী ২০২০ৰ ৰেড কাৰ্পেটত ফেশ্যন ডিজাইনাৰ ৰাল্ফ এণ্ড ৰুছ’ৱে ডিজাইন কৰা পোছাকৰ সৈতে প্ৰৱেশ কৰিছিল। ফেশ্বন ডিজাইনাৰ ৱেনডেল ৰোড্ৰিকছে কয় যে, পোছাক পিন্ধাৰ নিৰ্দিষ্ট বয়স থাকে।কেৱল শৰীৰ দেখুৱাই চৰ্চালৈ আহিবলৈ বিচাৰিলে বেয়া দেখি।

No comments:

Post a Comment

SPONSORED