সৰস্বতী পূজাত ‘আজৱ’ পোছাক-- ছচিয়েল মিডিয়াত ভাইৰেল অসমৰ কিশোৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, January 31, 2020

সৰস্বতী পূজাত ‘আজৱ’ পোছাক-- ছচিয়েল মিডিয়াত ভাইৰেল অসমৰ কিশোৰী

সৰস্বতী পূজাৰ দিনা সকলো ছোৱালীয়ে নিজৰ পছন্দৰ মেখেলা–চাদৰযোৰ পিন্ধাৰ পৰিৱৰ্তে অসমৰ এজনী কিশোৰীয়ে পিন্ধিলে এক অদ্ভুত পোছাক।‘আজৱ’ পোছাক পিন্ধি ছচিয়েল মিডিয়াত ভাইৰেল কিশোৰীগৰাকী।বিভিন্ন লোকে ছচিয়েল মিডিয়াত ট্ৰ’ল কৰিছে কিশোৰীগৰাকীক।কিশোৰীগৰাকীৰ নাম আচল মালাকাৰ।

যোৰহাটৰ কিশোৰীগৰাকীয়ে ‘ষ্টাৰ প্লাছ’ৰ ৰিয়েলিটী শ্ব’ত নিজৰ প্ৰতিভাৰে বলীউদৰ শিল্পীৰ প্ৰশংসা বুটলিছিল।জনপ্ৰিয় শ্ব’ত বলীউদৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছৌজা,ধৰ্মেন্দ্ৰ য়েলান্দে,পুনীত পাঠক আৰু শক্তি মোহনৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED