জোৰদাৰ আন্দোলন হ'ব লাগে-- অখিল গগৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 24, 2020

জোৰদাৰ আন্দোলন হ'ব লাগে-- অখিল গগৈ

গুৱাহাটী : ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত শুকুৰবাৰে পুনৰ কৃষক নেতা অখিল গগৈক হাজিৰ কৰোৱা হয় আদালতত।



'ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ গুৱাহাটীৰ আদালতত কটকটীয়া নিৰাপত্তাৰ মাজত গগৈক হাজিৰ কৰোৱা হয়।'নিয়া'ৰ আদালতত 'জয় আই অসম' কৈ কৃষক নেতা অখিল গগৈৰ ৰাইজলৈ আহ্বান-'চৰকাৰক বাধ্য কৰিব পৰা জোৰদাৰ আন্দোলন হ'ব লাগে।ৰাইজে ঐক্যবদ্ধ হৈ জোৰদাৰ আন্দোলন কৰক।

No comments:

Post a Comment

SPONSORED