দিল্লীত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সৰ্বানন্দ- হিমন্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 24, 2020

দিল্লীত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সৰ্বানন্দ- হিমন্ত

গুৱাহাটী : ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ যুঁজ৷দিল্লীত প্ৰচাৰ চলাবলৈ অসমৰ সাত নেতাক বিচাৰিছে দিল্লী বিজেপিয়ে৷



যাৰ ভিতৰত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,মঙলদৈৰ সাংসদ দিলীপ শইকীয়া,শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয় আৰু উত্তৰ পূৰ্বাঞ্চল বিজেপিৰ সংগঠন প্ৰভাৰী অজয় জামোৱাল৷দিল্লীত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷সোণোৱালৰ লগতে ষ্টাৰ কেম্পেইনাৰ হিচাপে নিমন্ত্ৰণ লাভ কৰিছে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

No comments:

Post a Comment

SPONSORED