ভাৰত পালেহি মাৰাত্মক কেৰোণা ভাইৰাছ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, January 24, 2020

ভাৰত পালেহি মাৰাত্মক কেৰোণা ভাইৰাছ

নতুন দিল্লী : ভাৰত পালেহি মাৰাত্মক কেৰোণা ভাইৰাছ।মুম্বাইত দুজনকৈ সংক্ৰমিত লোকক কস্তুৰবা হাস্পতালৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। চীনৰ পৰা উভতি অহা লোক দুজন কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।



 কোৰোণা ভাইৰাছে ভাৰততো সংক্ৰমণ কৰাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ’লে প্ৰথম ব্যক্তিজনে উশাহ লওঁতে কষ্ট পায়, ডিঙিৰ বিষ, কাঁহ আৰু জ্বৰ হয়। কোৰোণা ভাইৰাছৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈ হাস্পতালত পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।

No comments:

Post a Comment

SPONSORED