দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাৰ্জিল ইমামক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 28, 2020

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাৰ্জিল ইমামক




>  ছাত্ৰ নেতা ছাৰ্জিল ইমামক গ্ৰেপ্তাৰ
> CAA বিৰোধী প্ৰতিবাদত অসম সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছিল ইমামে
> ৪দিনৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে
> বিহাৰৰ জেহেনাবাদৰ পৰা গ্ৰেপ্তাৰ ছাৰ্জিল ইমামক
> অসমক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছিল ছাৰ্জিল ইমামে
> অসম চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিছিল
> গোচৰ ৰুজু কৰাৰ পিছতে পলাতক অৱস্থাত আছিল ছাৰ্জিল

No comments:

Post a Comment

SPONSORED