শক্তিপীঠ কামাখ্যাত বলীউড তাৰকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 15, 2020

শক্তিপীঠ কামাখ্যাত বলীউড তাৰকা

গুৱাহাটী : ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে অসমলৈ অহা বলীউড তাৰকাই আজি আশীষ লোৱা দেখা গ’ল মা কামাখ্যা ধামত। শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা বলীউড তাৰকা বৰুণ ধাৱন , আয়ুস্মান খুৰানা আৰু প্ৰযোজক-পৰিচালক কৰণ জোহৰ শনিবাৰে পুৱাই উপস্থিত হয় মা কামাখ্যা ধামত। কামাখ্যা ধামত উপস্থিত হৈ আশীষ লয় এই তিনি বলীউড তাৰকাই।

No comments:

Post a Comment

SPONSORED