অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ : জুবিন গাৰ্গ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 17, 2020

অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ : জুবিন গাৰ্গ

গুৱাহাটী : গুৱাহাটীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ অনুষ্ঠানত জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উঠা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি।এইবাৰ এই বিতৰ্কত মন্তব্য কৰিছে জুবিন গাৰ্গে।


 সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কয় যে, ‘সৰ্বাদাৰ সৈতে মোৰ ২০ বছৰ পুৰণি চিনাকী।কোনোবাই ফটো তুলিছে তাত বিতৰ্ক কৰিবলৈ একো নাই।তেওঁক লগ পালে মই মাত এষাৰ দিবই লাগিব।’ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত জুবিন গাৰ্গে কয় যে, ‘ফিল্মফেয়াৰলৈ গ’লো যদিও নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি যাম।অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।

No comments:

Post a Comment

SPONSORED