প্ৰতিমাহে ৬ হাজাৰ টকাৰ ভোটাৰশ্বিপ দিয়াৰ দাবী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 17, 2020

প্ৰতিমাহে ৬ হাজাৰ টকাৰ ভোটাৰশ্বিপ দিয়াৰ দাবী

ৰঙিয়া : ভোট দিয়াৰ বিনিময়ত ভেটাৰক ৬ হাজাৰ টকাৰ দাবী জনালে এটা ৰাজনৈতিক দলে।দলটোৰ নাম হৈছে ভোটাৰৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলে।দেওবাৰে ৰঙিয়া খেলপথাৰত অনুষ্ঠিত হোৱা নাগৰিকত্ব পুনৰ বিচাৰ সমাৱেশত এই কথা প্ৰকাশ কৰিছে পাৰ্টীৰ প্ৰতিষ্ঠাপক বিশ্বত্মা ভৰত গান্ধীয়ে।


আগন্তুক ৰাজ্যৰ নিৰ্বাচনত নেতাক ভোট দিয়াৰ বিনিময়ত প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰক ৬ হাজাৰ টকাৰ ভোটাৰশ্বিপ দিয়াৰ দাবী এই দলটোৰ।২০২১ বৰ্ষৰ বিধানসভা আৰু বি টি আৰ নিৰ্বাচনত ভোটাৰশ্বিপ আইনক মূল ইচ্ছু হিচাপে নির্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে।

No comments:

Post a Comment

SPONSORED