গুৱাহাটী : “বিজেপিৰ সৈতে মিত্ৰতাত আছো আৰু থাকিম। অসম গণ পৰিষদে ৮৪ খন আসনত নিৰ্বাচন খেলাৰো অভিজ্ঞতা আছে ।”- সোমবাৰে আমবাৰীত অগপৰ কাৰ্যালয়ত যুৱ আৰু মহিলা পৰিষদৰ বৈঠকত এই মন্তব্য কৰে অতুল বৰাই।
সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বৰাই লগতে কয় যে আসনক লৈ এতিয়াও বিজেপিৰে আলোচনা হোৱা নাই। ইফালে প্ৰতিটো সমষ্টিতে অগপৰ নিষ্ঠাবান কৰ্মী আছে বুলি উল্লেখ কৰি তেওঁলোকক লৈয়ে ২০২১ ৰ নিৰ্বাচনলৈ আগবাঢ়িব বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই।

No comments:
Post a Comment