গুৱাহাটী : কটন বিশ্ববিদ্যালয়ৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক ‘নিয়া’ৰ কার্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে৷ আজি দিনৰ ১১ বজাত ‘নিয়া’ৰ কার্যালয়ত প্রাঞ্জল কলিতাই হাজিৰ হ’ব লাগিব৷ মাওবাদী সংগঠনৰে সম্পর্ক, দেশদ্রোহ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ নামত হিংসাৰ উচটনি দিয়াৰ অভিযোগ সন্দর্ভত নিয়াৰ তদন্তকাৰী বিষয়াই প্রাঞ্জল কলিতাক জেৰা কৰিব৷

No comments:
Post a Comment